শ্লাঘাশ্লীল

শ্লীপদ ৰোগ (Assamese) [ Roman: sli.pod ro`g]
Contributed by: Atul Ch. Kakoti on 2009-06-18
1. (Proper Noun) Hypertrophy of certain body parts (usually legs and scrotum); the end state of the disease filariasis. এবিধ ভৰি উখহা ৰোগ; সাধাৰণতে ক্ৰান্তীয় অঞ্চলত হোৱা দেখা যায় । ফাইলেৰিয়া শ্ৰেণীৰ কৃমিৰ দ্বাৰা আক্ৰান্ত হলে এই বেমাৰ হয় । কেতিয়াবা ভৰি উখহি কলগছ সদৃশ হবও পাৰে ।